67
ডিফুঃ আঠদিনীয়া কাৰ্যসূচীৰে বুধবাৰৰপৰা কাৰ্বি আংলং জিলাৰ সদৰ ডিফুস্থিত অসম ৰাইফলছৰ চৌহদত অসম ৰাইফলছৰ তত্বাৱধানাত অখিল ভাৰতীয় কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷
এই উপলক্ষে আজি ডিফু চহৰৰ নৱ-নিৰ্মিত খাছী খেল পথাৰ প্ৰাংগনত প্ৰতিযোগিতাৰ শুভ উদ্ধোধন কৰে মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰায়ে৷