Home ৰাজ্যপ্ৰয়াত পিটৰ টুপিটক কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ স্মৰণ

প্ৰয়াত পিটৰ টুপিটক কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ স্মৰণ

by News Desk
A+A-
Reset
51a80750-b7c9-4c00-b341-7cc745183152

ছাইদুল ইছলাম, ডিফুঃ শুকুৰবাৰে এক বিশেষ প্ৰসংগত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ২৩৪ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হয়৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিৰ অধ্যক্ষতাত পৰিষদৰ অধিৱেশন কক্ষত অনুষ্ঠিত বিশেষ অধিৱেশনখনত কেৱল পৰিষদৰ প্ৰয়াত মনোনিত এমএচি পিটৰ টুপিটৰ মৃত্যু দিৱসক সুঁৱৰি অধিৱেশন সামৰা হয়৷

অধিবেশনত প্ৰয়াত মনোনীত এমএচি গৰাকীৰ পৰিষদলৈ দিয়া অৰিহনা আৰু অৱদানৰ শলাগ লোৱাৰ লগতে তেওঁৰ কৰ্ম জীৱনৰ ওপৰত অধিৱেশনখনত এক চমু আলোচনা হয়৷ ইয়াৰ পিছতে সৰ্ব সন্মত সিদ্ধান্ত মৰ্মে প্ৰয়াত পিটৰ পিলটৰ স্মৃতিত এক শোক প্ৰস্তাব গৃহিত কৰাৰ পাছতে আজিৰ ২৩৪ সংখ্যক অধিৱেশনৰ সামৰণি পৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0