138
গুৱাহাটীঃ হোজাই বিজেপি বিধায়ক শিলাদিত্য দেৱলৈ গ্ৰেপ্তাৰী প্ৰৰোৱানা জাৰি কৰিমগঞ্জৰ আদালতৰ।
বিধায়ক গৰাকীৰ বিৰুদ্ধে কৰিমগঞ্জৰ জুনেইদ আহমেদ নামৰ এগৰাকীৰ ব্যক্তিয়ে সাম্প্ৰদায়িক মন্তব্য অভিযোগ তুলি কৰিমগঞ্জৰ আদালতত এক গোচৰ ৰুজু কৰিছিল।