76
ডিফুঃ ২৭ তাৰিখৰপৰা ২৯ তাৰিখলৈ ডিফুত কাৰ্বি য়ুথ অৰ্গেনাইজেছনৰ উদ্যোগত শুভাৰম্ভ হৈছে প্ৰয়াত ৰুম্ফু মিলিকপী সোঁৱৰণি দ্বিতীয় কাৰ্বি আংলং দিবা-নৈশ ভলীবল প্ৰতিযোগিতা৷
প্ৰতিযোগিতাখনত ১২ টা দলে অংশগ্ৰহণ কৰিব পাৰিব বুলি উদ্যোক্তাসকলৰপৰা জানিব পৰা গৈছে৷ আজিৰ উদ্ধোধনী খেলখন মেথিফাং বনাম ফুলনি স্পৰ্টছ ক্লাবৰ মাজত খেলোৱা হৈছে৷