71
ডিজিটেল ডেস্কঃ পণ্য আৰু পৰিসেৱা কৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব। ইয়াৰ লগে লগে দেশত কৰৰ ক্ষেত্ৰত বৃহৎ সংশোধনী কাৰ্যতঃ প্ৰয়োগ হ’ব। কিছুমান বস্তুৰ দাম বাঢ়িব, কিছুমানৰ কমিব।
৩৫০ চিচিতকৈ কম ক্ষমতাসম্পন্ন বাইকৰ ক্ষেত্ৰত দামৰ সালসলনি নোহোৱাৰ নিয়মটো ৰয়েল এনফিল্ডৰ ৩৫০ চিচি ক্ষমতাৰ বাইকবোৰৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিছে।