65
ডিজিটেল ডেস্কঃ এলএছডি, এমডিএমএৰ দৰে ভয়ংকৰ নিচাযু্ক্ত ড্ৰাগছৰ এটা কুচক্ৰ ক্ৰমে উৎখাতৰ দিশে আগবাঢ়িছে। আৱকাৰী বিভাগে ইতিমধ্যে লাভ কৰা তথ্যত সদৰী হৈছে কুচক্ৰটোক লৈ কেতবোৰ হতভম্ব হ’বলগীয়া কথা।
প্ৰায় এহাজাৰৰো অধিক লোক জড়িত হৈ থকা এই কুচক্ৰটোত চিনেমা প্ৰযোজকৰ পৰা আৰম্ভ কৰি অভিযন্তা পৰ্যন্ত সাঙোৰ খাই পৰাত বিষয়টো ৰহস্যঘন হৈ পৰিছে।