105
newsnextone.cpm| চাবুৱাঃ ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে৷ শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ অধিবক্তাসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷
ডিব্ৰুগড় চহৰত ডিব্ৰুগড় জিলা উকীল সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি অসম চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত যি ধৰণৰ স্থিতি গ্ৰহণ কৰিছে ইয়াকেলৈ অসমৰ ৰাইজ সন্তুষ্ট হ’ব পৰা নাই বুলি কয়।