73
গুৱাহাটীঃ আপুনি যদি এখন চাৰিচকীয়া বাহন নতুনকৈ ক্ৰয় কৰিব বিচাৰিছে তেন্তে আপোনাৰ বাবে আছে এটি সুখবৰ।
গুৱাহাটীৰ চানমাৰিস্থিত বিমল অটো এজেঞ্চিয়ে উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰাহকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে মুকলি কৰে আকৰ্ষণীয় সা-সুবিধাযুক্ত Dzire Allure নামে এখন বাহন।