Home ৰাজ্যনলবাৰীত চেন্ট্ৰেল বেংক অব ইণ্ডিয়াৰ ঋণ মেলা সম্পন্ন

নলবাৰীত চেন্ট্ৰেল বেংক অব ইণ্ডিয়াৰ ঋণ মেলা সম্পন্ন

by News Desk
52 views
A+A-
Reset

নলবাৰীঃ নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰ বাকৰিত চেন্ট্ৰেল বেংক অব ইণ্ডিয়া, নলবাৰী শাখাৰ উদ্যোগত আৰু নাৱাৰ্ডৰ ই শক্তি আচঁনিৰ সহযোগত আজি এক ঋণ মেলা আৰু বিত্তীয় সজাগতা সভা অনুষ্ঠিত হয়। সভাত ২৫ টা আত্মসহায়ক গোটৰ মাজত তিনি কোটি পঞ্চাছ লাখ টকা বিতৰণ কৰা হয়।

অনুষ্ঠানত চেন্ট্ৰেল বেংক অব ইণ্ডিয়াৰ গুৱাহাটীৰ মহা প্ৰৱন্ধক এছ পি ধল, নাৱাৰ্ডৰ মূখ্য প্ৰৱন্ধক ৰাজশ্ৰী কাকতি বৰুৱা, মহা প্ৰৱন্ধক কে ইউ বিশ্বনাথন, উপ প্ৰৱন্ধক এম ৰবীন্দ্ৰ কুমাৰ ৰেড্ডী, নলবাৰী জিলা প্ৰৱন্ধক দিব্যজ্যোতি বিশ্বাস, ইউকো বেংক নলবাৰী শাখাৰ প্ৰৱন্ধক চণ্ডি চৰণ ডেকা, চেন্ট্ৰেল বেংক শাখাৰ প্ৰৱন্ধক খৰ্গেশ্বৰ টায়েই উপস্থিত থাকি আত্মসহায়ক গোটৰ সদস্য সকলক পৰামৰ্শ আগবঢ়ায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0