59
হোজাইঃ পুনৰ হাঁহিৰাম মন্ত্ৰীৰ আজৱ কাণ্ড৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিদ্যুতস্পৃষ্ট হৈ বহুজনৰ অকাল মৃত্যুৰ পাছত এইবাৰ আকৌ হাঁহিৰাম মন্ত্ৰীৰ বিদ্যুৎ কৰ্তন৷
নগাঁও জিলাৰ কঠীয়াতলি বিদ্যুৎ উপ-সংমণ্ডল অধীনস্থ শ’লমাৰী গাঁৱৰ ৯ নং ৱাৰ্ডত শুকুৰবাৰে গ্ৰাহকক কোনো পুৰ্ব জাননী নিদিয়াকৈ উপ-সংমণ্ডলটোৰ একাংশ বিদ্যুৎ কৰ্মীয়ে বিদ্যুৎ সংযোগ কাটি দিয়ে৷