Home ৰাজ্যচামগুৰিত বন্যহস্তীৰ কৰুণ মৃত্যু

চামগুৰিত বন্যহস্তীৰ কৰুণ মৃত্যু

by News Desk
A+A-
Reset
hati

নগাঁওঃ নগাঁও জিলাৰ চামগুৰিৰ বৰদলত বন্যহস্তীৰ কৰুণ মৃত্যু ।বৰদলৰ এখন ধাননি পথাৰত পুৱাই স্হানীয় ৰাইজে প্ৰত্যক্ষ কৰিলে এটি মৃত হাতী। মৃত হাতীটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে বন বিভাগক খৱৰ দিয়ে।পাছত ঘটনাস্থলীত শালনা আঞ্চলিক বন বিভাগৰ এটা বনৰক্ষীৰ দল উপস্থিত হয়।বন বিভাগে জাকৰ মাজত হোৱা যুজঁৰ বাবেই হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।

আনহাতেদি স্থানীয় ৰাইজে অসুস্থ হোৱাৰ বাবেই হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।উল্লেখ্য যে বহুদিনধৰি বৃহত্তৰ চামগুৰি অঞ্চলত হাতীৰ এটা জাকে উপদ্ৰব চলাই আহিছিল যদিও বন্যহস্তীটোৰ জাকটোক খেদি পঠোৱাত বন বিভাগ ব্যৰ্থ হৈছিল আৰু তাৰেই পৰিণতিত এই হাতীতোৰ মৃত্যু হোৱা বুলি ৰাইজে ভাৱে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0