122
মহুৰামুখঃ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া ঠাই মহুৰামুখত তীব্ৰ বেগে হোৱা খহনীয়াই চিন্তাত পেলাইছে অঞ্চলটোৰ লোকসকলক। অঞ্চলটোৰ মেৰুদণ্ড স্বৰূপ বংকুৱাল কৃষি বান্ধলৈ তীব্ৰ ভাবুকিৰ সৃষ্টিৰ হোৱাৰ লগতে কুৰিখনৰো গাঁৱৰ ৰাইজ আতংকিত হৈ পৰিছে।
