Home ভাইৰেলথানাৰ পৰা হেণ্ডকাফ লৈ পলাল আচামী

থানাৰ পৰা হেণ্ডকাফ লৈ পলাল আচামী

by News Desk
A+A-
Reset
646-1486750148_835x547

বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটি থানাত সংঘটিত হয় এক আজব কাণ্ড ৷ থানাৰ ভিতৰৰ পৰা পলাল এগৰাকী আচামী ৷ হাতত হেণ্ডকাফ লৈ পলাল জগত চন্দ্ৰ ভুজেল নামৰ আচামী এজন ৷ পলাতক আচামী ভূজেলৰ সন্ধানত খটখটি আৰক্ষী উপস্থিত হৈছে গোলাঘাট জিলাৰ চুঙাজানত থকা ভূজেলৰ বাসগৃহত ৷ কালি খটখটিত সংঘটিত হৈছিল এটা পথ দুৰ্ঘটনা ৷ পলাতক জগত চন্দ্ৰ ভূজেল দুৰ্ঘটনাত পতিত অটোখনৰ চালক আছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷

প্ৰাণদ্বীপ চেতিয়া,ব্যুৰ’ কাৰ্বি আংলং

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0