63
গুৱাহাটীঃ ছোৱালী জোকাই ৰঙাঘৰৰ আলহী হ’ল তিনি যুৱক ৷ মহানগৰীৰ বেলতলাত পথেৰে শান্তভাৱে গৈ থকা ছোৱালীক অশ্লীল ইংগিত দিছিল এই যুুৱক কেইজনে ৷
সুন্দৰী যুৱতী দেখি ৰ’বকে নোৱাৰা এই যুৱক কেইজন হৈছে সিদ্ধাৰ্থ দাস, পৃথ্বিৰাজ গৌতম আৰু ৰূপেশ্বৰ শৰ্মা।সেয়েহে আগ-পিছ নাচায় যুৱতীকেইগৰাকীক দিলে অশ্লীল ইংগিত।