64
ওদালগুৰিঃ ওদালগুৰি চহৰৰ সমীপৰ নলখামৰা গাঁৱৰ দুলাল শৰ্মা। দুলাল শৰ্মাই বিগত প্ৰায় চাৰিটা দশকৰো অধিক সময় বাঁহৰ সৰু জাকৈ-খালৈ নিৰ্মাণ কৰি সময় অতিবাহিত কৰিলে। কেৱল ওদাৰগুৰিৰে নহয় ৰাজ্য খনৰে গৌৰৱ দুলাল শৰ্মা৷
দুলাল শৰ্মাই জানে সংস্কৃতিয়ে পৰিৱর্তন কৰাত সহায় কৰে। সংস্কৃতিয়ে অভ্যন্তৰীণ সৃজনশীল প্ৰতিভাক বিকাশত সহায় কৰে। শিল্পকলা কলাক জীৱনৰ গান কৰি ৰাখিছে দুলাল শৰ্মাই৷