68
newsnextone.com | কোকৰাঝাৰঃ এনআৰচিৰ চুড়ান্ত খ;ৰা প্ৰকাশৰ প্ৰাকমুহুৰ্তত সকলোপক্ষলৈ শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ ইউপিপিএল দলৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই আহ্বান জনায়।
দেওবাৰে এক বিবৃতি যোগে প্ৰাক্তন সাংসদগৰাকীয়ে কয় যে এনআৰচি হ’ল এক ন্যায়সন্মত ব্যৱস্থা আৰু সেয়েহে আপত্তি, নিষ্পত্তিকৰণ সন্দৰ্ভতোঁ ন্যায়সন্মত ব্যৱস্থাৰে আগবাঢ়িব লাগিব।