বিশেষ প্ৰতিবেদনঃ সুৰা ব্যৱসায়ীসকলক লৈ আপোনাৰ ধাৰণা কেনে? আৰু সুৰা প্ৰস্তুতকাৰী কোম্পানীবোৰক লৈ? যদিহে আপুনি সুৰাপায়ী তেন্তে সুৰা ব্যৱসায়ী বা ৱাইনশ্বপ আৰু সুৰা প্ৰস্তুতকাৰী কোম্পানীসমূহ হয়তো আপোনাৰ বাবে ইষ্ট দেৱতাতকৈয়ো কোনো গুণে কম নহয়। সুৰাপায়ীসকলৰ বাবে সুখবৰ এয়াই যে, লকডাউনৰ সময়তো এতিয়া মানৱ সেৱাত ব্ৰতী হৈ পৰিছে ৰাজ্যৰ সুৰা প্ৰস্তুতকাৰী (বটলিং) কোম্পানীসমূহ।
সকলো বিমান বন্ধ। এখনেই প্ৰাইভেট বিমান আছে, কিন্তু পাইলটজন শুই আছে। পিতা-পুত্ৰৰ ইমাৰজেন্সি। দুয়ো গৈ পাইলটক জগাইছেহে জগাইছে। বহু সময় ধৰি কোনো সাৰসুৰ নাই। পুত্ৰৰ বুদ্ধিত পাইলটজন উঠিল যদিও কোনো কাৰণতে যাবলৈ মান্তি নহয়হে নহয়।