68
ডিজিটেল ডেস্কঃ ইউৰোপীয় সংঘই বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়া ছাইট ফেচবুকক এক বৃহৎ পৰিমাণৰ জৰিমনা বিহে। হোৱাটছএপ ক্ৰয় কৰা সম্পৰ্কত ভ্ৰান্তিকৰ তথ্য দিয়াৰ অভিযোগত ফেচবুকক ভাৰতীয় টকাৰ হিচাপত ১২ কোটি টকাৰ জৰিমনা বিহিছে।
প্ৰতিষ্ঠান চামিলকৰণৰ ক্ষেত্ৰত থকা ইউৰোপীয় সংঘৰ নিয়ম উলংঘা কৰা বাবেই এনেদৰে জৰিমনা বিহা হয় ফেচবুকক।