91
ডিজিটেল ডেস্কঃ এতিয়া অনবৰতে ম’বাইল টিপি ফেচবুক নকৰিলেও হ’ব। মগজুৰে নিৰ্দেশ দি চলাব পাৰিব ফেচবুক৷ কীবোৰ্ড নোহোৱাকৈয়ে চলাব পৰা যাব ফেচবুক৷ অবিশ্বাস্য হ’লেও কেইদিনমানৰ ভিতৰতে সম্ভৱ হ’ব এই কথা৷
ফেচবুকৰ এক নতুন প্ৰযুক্তিৰ সহায়ত মগজুৰেই আপুনি টাইপ কৰিব তথা ফেচবুক চলাব পাৰিব। ছ’চিয়েল ছাইটটোৰ বিশেষ টিম বিল্ডিঙৰ অভিযন্তা ৰেগিনা ডগনে প্ৰকাশ কৰিছে এই আশ্চৰ্যকৰ কথা৷