Home দেশএছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা

এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা

by News Desk
A+A-
Reset
_110362564_gettyimages-1166905411

ডিজিটেল ডেস্কঃ বছৰটোৰ প্ৰথমটো দিনতে জম্মু-কাশ্মীৰবাসীক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে। বিবিচিকে আদি কৰি কেবাটাও আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা বাতৰি অনুযায়ী ১ জানুৱাৰীৰ পৰা সুদীৰ্ঘ ৫ মাহৰ অন্তত সম্পূৰ্ণ ৰাজ্যৰ পৰা কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তন ঘটা কাশ্মীৰত এছএমএছ সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। চৰকাৰৰ এই ঘোষণাই স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছিল কাশ্মীৰৰ প্ৰতিজন জনতাক।

কিন্তু ৩১ ডিচেম্বৰ পাৰ হৈ নতুন বছৰৰ নতুন সূৰ্যোদয়ৰ পিছতে হতাশ হৈ পৰিবলৈ বাধ্য হয় কাশ্মীৰৰ জনতা। প্ৰকাশিত বাতৰি অনুযায়ী চৰকাৰে ঘোষণা কৰা অনুযায়ী ৰাজ্যখনত আজিও সম্পূৰ্ণকৈ মুকলি কৰি নিদিলে এছএমএছ সেৱা। এই সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি বিবিচি আৰু নিউয়ৰ্ক টাইমছৰ আগত এজন কাশ্মীৰী যুৱকে কয় যে চৰকাৰে তেওঁলোকক ১ জানুৱাৰীৰ দিনাই সাংঘাটিকভাৱে প্ৰবঞ্চনা কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0