Home ৰাজ্যকৃত্ৰিম পুখুৰীত কুইণ্টলে কুইণ্টলে থলুৱা মাছ উৎপাদন কৰি সপোন ৰচিছে কলিয়াবৰৰ শৈলেন্দ্ৰ-ধনঞ্জয়ে

কৃত্ৰিম পুখুৰীত কুইণ্টলে কুইণ্টলে থলুৱা মাছ উৎপাদন কৰি সপোন ৰচিছে কলিয়াবৰৰ শৈলেন্দ্ৰ-ধনঞ্জয়ে

by News Desk
122 views
A+A-
Reset

newsnextone.com | কলিয়াবৰঃ ৰাজ্যৰ উজনি-নামনি পথাৰ, বিল, খাল, পুখুৰীত উভৈনদী হৈ থকা থলুৱা মাছবোৰ লাহে লাহে নোহোৱা হবলৈ ধৰিছে৷ ৰাজ্য খনৰ সম্পদ স্বৰূপ থলুৱা মাছ সমূহ হয়তো এদিন অসমৰ বুকুৰ পৰা হেৰাই যাব৷ পুৰ্বে বহু প্ৰজাতিৰ মাছ গাঁৱৰ পথাৰত নাইবা পুখুৰী, দোং,আদিত পোৱা গৈছিল৷ বহু প্ৰজাতিৰ মাছ সমূহ বিলুপ্ত হ’ব ধৰাৰ সময়তে ভৰ বাৰিষা নৈ, নিজৰা, পুখুৰী পানীৰে ভৰি থকাৰ সময়তে অগণন থলুৱা কণীযুক্ত মাছৰ নিধন যজ্ঞও চলে অসমত। 

সময়ে সময়ে পানীত কীটনাশক মিহলাই থলুৱা কণীযুক্ত মাছৰ নিধন কৰা হয়৷ মৎস্য আইনক ভেঙুচালি কৰি এচাম লোকে আঠুৱা জালেৰে, কম পাহিৰ লানি জালেৰে কণীযুক্ত মাছৰ নিধন কাৰ্য অব্যাহত ৰখাৰ লগতে খাল-বিল, জলাশয় আদিত বিহ প্ৰয়োগ কৰি মাছ নিধন কৰাৰ সময়তে দুগৰাকী থলুৱা যুৱকে থলুৱা মাছৰ উৎপাদন বৃদ্ধি কৰি দেখুৱাইছে আদৰ্শ। পেটত কণী থকা থলুৱা মাছৰ নিধন যজ্ঞ ৰোধ কৰাৰ লগতে তেনে মাছৰ পৰা পোনা মেলাৰ বাবে ব্যৱস্থা কৰি সমগ্ৰ ৰাজ্য খনতে যোগান ধৰিবলৈ সক্ষম হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0