তুলসীবাৰীৰ অৱসৰ প্ৰাপ্ত ৰাজ্যিক কৃতী শিক্ষকক সম্বৰ্দ্ধনা

Home ৰাজ্যতুলসীবাৰীৰ অৱসৰ প্ৰাপ্ত ৰাজ্যিক কৃতী শিক্ষকক সম্বৰ্দ্ধনা

তুলসীবাৰীৰ অৱসৰ প্ৰাপ্ত ৰাজ্যিক কৃতী শিক্ষকক সম্বৰ্দ্ধনা

by News Desk
64 views
A+A-
Reset

তুলসীবাৰীঃ দীৰ্ঘদিন ধৰি শয্যাগত হৈ থকা তুলসীবাৰী নিবাসী কৃতী শিক্ষক উমেশ চন্দ্ৰ কলিতাক আজি ৰঙিয়া জিলা প্ৰাদেশীকৃত বিদ্যালয় অবসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰী সন্থাই নিজা বাসভবনত সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷ তদুপলক্ষে সন্থাৰ সভাপতি দ্বীজেন্দ্ৰ নাথ তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অৱসৰ প্ৰাপ্ত শিক্ষক-কৰ্মচাৰীৰ প্ৰতিনিধি দলটোৱে ফুলাম গামোচা, মানপত্ৰ আৰু জাপি আদিৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে কলিতাৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে৷ 

সম্পাদক কৰুণাকান্ত কলিতাই আঁতধৰা সভাখনত কলিতাৰ সহধৰ্মিনী নীৰু প্ৰভা কলিতাকো আনুষ্ঠানিক ভাবে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়৷ অনুষ্ঠানত তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা লীনু বৰদলৈ উপস্থিত থাকি ১৯৬৯ চনত একেখন বিদ্যালয়ত শিক্ষকতাৰে কৰ্ম জীৱন আৰম্ভ কৰি ১৯৯০-২০০৪ চনলৈ প্ৰধান শিক্ষক তথা অধ্যক্ষৰ দায়িত্ব কৃতিত্বৰে পালন কৰা কলিতাৰ বৰ্ণিল কৰ্মময় জীৱনৰ ওপৰত আলোকপাত কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0