Home গুৱাহাটীশৈলধৰ বৰুৱা চলচ্চিত্ৰ প্ৰতিযোগিতাৰ আয়োজন

শৈলধৰ বৰুৱা চলচ্চিত্ৰ প্ৰতিযোগিতাৰ আয়োজন

by News Desk
64 views
A+A-
Reset

গুৱাহাটীঃ অসমৰ চলচ্চিত্ৰ ইতিহাসত স্বৰ্ণকমল কঢ়িয়াই অনা প্ৰযোজক শৈলধৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্টৰ অধীনত পূৰ্ণদৈৰ্ঘ চলচ্চিত্ৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত অসমত নিৰ্মিত অসমীয়া, বড়ো, ৰাভা, কাৰ্বি, মিচিং, ৰাজবংশী আদি সকলো থলুৱা ভাষাৰ চলচ্চিত্ৰই যোগদান কৰিব পাৰিব।

আজি গুৱাহাটী প্ৰেচ ক্লাবত শৈলধৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্টে এক সংবাদমেল অনুষ্ঠিত কৰি প্ৰতিযোগিতা খনৰ বিষয়ে জানিবলৈ দিয়ে। চলচ্চিত্ৰ সমূহ ২০১৬ চনৰ ১ জানুৱাৰী পৰা ২০১৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত চেন্সৰ বৰ্ডৰ চাৰ্টিফিকেট প্ৰাপ্ত হ’ব লাগিব। ইচ্ছুক প্ৰতিযোগীয়ে প্ৰ-পত্ৰসহ ব্লুৰে নাইবা ডিভিডি ব্যক্তিগতভাবে বা ডাকযোগে ১৫ নবেম্বৰ, ২০১৭ ৰ ভিতৰত জমা দিব পাৰিব।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0