52
গুৱাহাটীঃ ৰাজ্যৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ নিউজ চেনেল প্ৰতিদিনে টাইমৰ পৰিয়ালে কেইবাটাও ফেচবুক একাউন্টৰ বিৰুদ্ধে গোচৰ তৰা বুলি জানিব পৰা গৈছে৷ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত গোচৰ তৰা বুলি জানিব পৰা গৈছে৷
চেনেল কৰ্তৃপক্ষই তেওলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা বুলি কয় একাংশ ফেচবুক একাউন্টে৷ জানিব পৰা মতে, একাংশ ফেচবুক একাউন্টে প্ৰতিদিন টাইমৰ ল’গ ব্যৱহাৰ কৰি ছচিয়েল মিডিয়াত অপপ্ৰচাৰ আৰু ভুৱা খবৰ প্ৰচাৰ কৰিছে৷