64
নতুন দিল্লীঃ সোমবাৰৰপৰা অনুষ্ঠিত হ’ব লোকসভাৰ প্ৰথম অধিৱেশন।
অধিৱেশন আৰম্ভ হোৱাৰ লগতে সাংসদসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱা হ’ব। এই অধিৱেশনত কোনো আলোচনা নহয়। দশকজুৰি লোকসভা বা ৰাজ্যসভাত আসন দখল কৰা কেইবাজনো নেতাক এইবাৰ দেখা নাযাব সংসদৰ মজিয়াত।