Printer-friendly version

ডিজিটেল ডেস্কঃ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে ফ্লিপকাৰ্টে আগবঢ়াইছে বেক টু কলেজ অফাৰ৷ এই অফাৰৰ অধীনত কম মূল্যতে শৈক্ষিক উদ্দেশ্যৰ বাবে আগবঢ়োৱা হৈছে লেপটপ৷ 

শৈক্ষিক উদ্দেশ্যত ব্যৱহাৰ কৰিবপৰা এই লেপটপ ব্ৰেণ্ডবোৰৰ ভিতৰত আছে লিনেভ’, এইছপি, এছাৰ, ডেল, আছুচ আদি লেখত ল’বলগীয়া ব্ৰেণ্ড৷  ২০ জুনৰ পৰা আৰম্ভ হোৱা এই অফাৰ আজি শেষ হ’ব৷