60
বাঘবৰঃ পুনৰ বানৰ কবলত ৰাজ্য ৷ উজনি-নামনিৰ কেইবাখনো জিলাৰ লোক বানৰ কবলত পৰি পুনৰ হাহাকাৰ কৰিব লগীয়া হৈছে৷
বৰপেটা জিলাৰ বাঘবৰত বেঁকী নৈ আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ লগতে ভয়ংকৰ খহনীয়াৰ কবলত পৰিছে বহু লোক। বেঁকী নৈ আৰু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ হোৱাৰ ফলত নিশাৰ ভিতৰতে ডুব গৈছে ২০ খনকৈ গাঁও।