63
কামপুৰঃ নগাঁও জিলাত আজিও অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ৷ জিলা খনৰ বিভিন্ন ঠাইত খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীয়ে ঘৰ-দুৱাৰ, কৃষি ভূমি নষ্ট কৰাৰ লগতে মানুহৰ প্ৰাণ লৈছে৷
নগাঁও জিলাৰ কঠিয়াতলী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কাফিতলিত বৃহস্পতিবাৰে নিশা বনৰীয়া হাতীয়ে পুনৰ সন্ত্ৰাস চলাই।