Home ৰাজ্যএজাক বৰষুণতে জলমগ্ন শিৱসাগৰ নগৰ

এজাক বৰষুণতে জলমগ্ন শিৱসাগৰ নগৰ

by News Desk
64 views
A+A-
Reset

জয়সাগৰঃ শিৱসাগৰ নগৰৰ মাজত থকা নলা-নৰ্দমা সমূহৰ সময়মতে চাফ চিকুণ নকৰাৰ ফলভোগ কৰিব লগা হৈছে সৰ্বসাধাৰণ জনতাই। আজি সন্ধিয়া হোৱা এজাক বৰষুণতে নগৰ খনৰ প্ৰায়সমূহ পথেই একাঠুলৈকে পানীৰে ভৰি পৰে৷

ফলত সৰ্বসাধাৰণ ৰাইজ বহু সময় ধৰি নগৰ খনতে আবদ্ধ হৈ পৰে। নগৰখনৰ পৌৰসভা তথা জিলা প্ৰশাসনক অতি সোনকালে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি এনেধৰণৰ এজাক বৰষুণতে হোৱা কৃত্ৰিম বানপানীৰ পৰা নগৰখন ৰক্ষা কৰিবলৈ সৰ্বসাধাৰণ ৰাইজে দাবী জনাইছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0