Home ৰাজ্যবনভাগত বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণী কোঠা পথৰ আধাৰশিলা স্থাপন

বনভাগত বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণী কোঠা পথৰ আধাৰশিলা স্থাপন

by News Desk
55 views
A+A-
Reset

নলবাৰীঃ নলবাৰীৰ বড়িগোগ বনভাগ উন্নয়ন খণ্ড এলেকাৰ বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণী কোঠা আৰু গড়কাপ্তানী বিভাগৰ পথৰ আধাৰশিলা স্থাপন কৰা হয়।

আধাৰশিলা স্থাপন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই। আধাৰশিলা অনুষ্ঠান উপলক্ষে অনুষ্ঠিত হোৱা এখন সভাত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি মৃদুল কলিতা, সাধাৰণ সম্পাদক চন্দন ডেকা, ডিম্বেশ্বৰ বেজবৰুৱা, সহ শিক্ষক শিক্ষয়ত্ৰী, বিষয়া-কৰ্মচাৰী তথা অঞ্চলটোৰ ৰাইজ  উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0