BBC
BBC

তুলসীবাৰীঃ বালিসত্ৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত শান্তিৰাম কলিতা-যোগমায়া কলিতা সোঁৱৰণী ১৯সংখ্যক চলন্ত ট্ৰফী প্ৰতিযোগিতাত ঢোলকুছি সত্যকাম সংঘই অগ্ৰগতি লাভ কৰিছে৷

আজি অনুষ্ঠিত উত্তেজনা পূৰ্ণ খেলত দলটোৱে প্ৰতিদ্বন্দী সোনেশ্বৰ এফচিক ২-০ গল'ৰ ব্যৱধানত পৰাজিত কৰে৷