Home ক্ৰীড়াগেলাইডিঙি ফুটবলত মুদৈবড়ী বৰাচৰা চূড়ান্ত বিজয়ী

গেলাইডিঙি ফুটবলত মুদৈবড়ী বৰাচৰা চূড়ান্ত বিজয়ী

by News Desk
79 views
A+A-
Reset

দলংঘাটঃ দৰং জিলাৰ গেলাইডিঙি জ্ঞানোদয় পুথিভৰাল আৰু যুৱ সংঘ আৰু নেহেৰু যুৱ কেন্দ্ৰ দৰঙৰ উদ্যোত অনুষ্ঠিত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত দেওবাৰে চূড়ান্ত খেল খন অনুষ্ঠিত হয়৷ মুদৈবড়ী বৰাচৰা বৰহাচং ফুটবল ক্লাবে চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে৷

গেলাইডিঙি ৰাজহুৱা খেলপথাৰত সহস্ৰাধিক দৰ্শকৰ উপস্থিতত অনুষ্ঠিত হোৱা খেল খনত বৰচৰাই গেলাইডিঙি বড়ো স্পটচ ক্লাবক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰে মুদৈবড়ী বৰচৰা বৰহাচং ফুটবল ক্লাবে। খেল খন উদ্বোধন কৰে সদৌ দৰং জিলা ক্ৰীড়া সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক গনেশ দত্তই। বঁটা বিতৰনি অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপদেষ্টা ভৱেশ কাকতি আৰু গাঁওবুঢ়া বিমল চন্দ্ৰ ডেকাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0