55
বাইহাটা চাৰিআলিঃ কামৰূপ জিলাৰ কৰৰাৰ য়ুথ এথলেটিক ক্লাবৰ উদ্যোগত শিক্ষাবিদ তৰুণ চন্দ্ৰ ডেকা আৰু সমাজকৰ্মী কেশৱ চন্দ্ৰ চৌধুৰী সোঁৱৰণী প্ৰাইজ মানী ফুটবল প্ৰতিযোগিতা বাক্সা জিলাৰ তামুলপুৰৰ বৈৰাথী স্প’ৰ্ট ক্লাব বিজয়ী হৈছে।
আজি অনুষ্ঠিত চূড়ান্ত খেলত বৈৰাথী ক্লাৱে দৰং জিলাৰ বাহগড়া এফ চিক ১-০ গলত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে।