Home ৰাজ্যশিমলুগুৰি ফুটবলত দ্বিতীয় ৰাউণ্ডত নাফুক ফুটবল ক্লাৱ

শিমলুগুৰি ফুটবলত দ্বিতীয় ৰাউণ্ডত নাফুক ফুটবল ক্লাৱ

by News Desk
75 views
A+A-
Reset

শিমলুগুৰিঃ যুৱ ছাত্ৰ পৰিষদৰ শিমলুগুৰিত অনুষ্ঠিত হৈ থকা ফুটবল প্ৰতিযোগিতাত বৃহস্পতিবাৰে অনুষ্ঠিত প্ৰথম ৰাউণ্ডৰ মেচত নাফুক ফুটবল ক্লাৱে ৰূপজ্যোতি সংঘক ট্ৰাইবেকাৰত হৰুৱাই দ্বিতীয় ৰাউণ্ডত প্ৰবেশ কৰে৷

উন্নীত হয়। উত্তেজনা পূৰ্ণ খেলখন দুয়োটা দলে বহুকেইটা সুযোগ লাভ কৰে যদিও গ’ল দিয়াত সম্পূৰ্ণ ব্যৰ্থ হয়। প্ৰতিযোগিতাখনৰ নিৰ্ধাৰিত সময়ত দুয়োটা দলে নিৰ্ণায়ক গ’ল দিব নোৱাৰাৰ বাবে ৰেফাৰিয়ে ট্ৰাইবেকাৰ পদ্ধতিৰে উভয় দলকে পাঁচটাকৈ পেনাল্টি দিয়ে। নাফুক ফুটবল দলে ৫ আৰু ৰূপজ্যোতি সংঘই ৩ গ’ল দি নাফুক ফুটবল ক্লাৱে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0