Home দেশআজিও ৰূপায়ণ নোহোৱা এক প্ৰতিশ্ৰুতি, নতুন বন নীতিলৈ পিঠি মোদী চৰকাৰৰ (২)

আজিও ৰূপায়ণ নোহোৱা এক প্ৰতিশ্ৰুতি, নতুন বন নীতিলৈ পিঠি মোদী চৰকাৰৰ (২)

by News Desk
A+A-
Reset
forest-lead-000-del160341_730x419_0

নতুন দিল্লীঃ ২০১৪ চনত কেন্দ্ৰৰ ক্ষমতালৈ অহাৰ পিছতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ব্যৱসায়িক উদ্যানৰ বাবে বনাঞ্চলসমূহ এৰি দিয়াৰ পৰিকল্পনা গ্ৰহণ কৰিছিল। অৱশেষত সেই পৰিকল্পনা ৰূপায়ণত একপ্ৰকাৰ সফলো হয় চৰকাৰ। ২০১৪ত ক্ষমতা দখলৰ কিছু সময়ৰ ভিতৰতে আৰম্ভ হৈছিল বনাঞ্চলসমূহৰ বাণিজ্যিকৰণৰ কাম। অৱশেষত জনজতীয় অধিকাৰক নস্যাৎ কৰা বন সংৰক্ষণ আইনখন শেহতীয়াকৈ সংশোধনীৰ জৰিয়তে চৰকাৰে ব্যৱসায়িক উদ্যানৰ বাবে বনাঞ্চল মুকলি কৰাৰ পৰিকল্পনাক বাস্তৱ ৰূপ প্ৰদান কৰে উন্মোচিত হৈছে চৰকাৰী তথ্যতো।

সংবাদ সংস্থা ‘দ্য কালেকটিভ’ৰ অনুসন্ধানত চৰকাৰী নথি-পত্ৰৰ জৰিয়তে এই কথা স্পষ্ট হৈ পৰিছে যে ২০১৫ চনৰ পৰাই বনাঞ্চল মুকলি কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কুটিল প্ৰচেষ্টাই বাস্তৱ ৰূপ ল’বলৈ আৰম্ভ কৰিছিল। সেই সময়তে সেউজ ঋণ আঁচনি নিৰ্মাণৰ কামে প্ৰাধান্য লাভ কৰিছিল, আৰু ৰাষ্ট্ৰীয় বন নীতিৰ পৰৱৰ্তী পুনৰাবৃত্তিৰ জৰিয়তে ইয়াৰ বিকাশ অব্যাহত আছিল। বনাঞ্চলৰ বাণিজ্যিক পৰিসৰ বৃদ্ধি কৰিবলৈ বনাঞ্চলৰ মাটিত ব্যক্তিগত উদ্যানত স্থাপনৰ অনুমতি প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি ২০১৬ আৰু ২০১৮ চনত প্ৰস্তুত কৰা হৈছিল খচৰা।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0