Home দেশNews Clickৰ সাংবাদিকৰ বিৰুদ্ধে UAPA! ভাৰতত কোন দিশে সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা?

News Clickৰ সাংবাদিকৰ বিৰুদ্ধে UAPA! ভাৰতত কোন দিশে সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা?

by News Desk
A+A-
Reset
news click

দিল্লী আৰক্ষীৰ বিশেষ গোটে যোৱা মঙলবাৰে নিউজ ৱেবছাইট ‘নিউজক্লিক’ৰ সৈতে জড়িত সাংবাদিকসকলৰ ঘৰত অভিযান চলাই দুগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ পিছত ভাৰতত পুনৰ উত্থাপিত হৈছে ‘সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাৰ চিন্তা’। বুধবাৰে নিউজক্লিকৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক প্ৰবীৰ পুৰকায়স্থ আৰু এইচ আৰ বিভাগৰ মুৰব্বী অমিত চক্ৰৱৰ্তীক ৭ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয়। দুয়োকে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ)ৰ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে। সন্ত্ৰাসবাদ বিৰোধী আইন ইউপিএৰ অধীনত গ্ৰেপ্তাৰ হ’লে জামিন পোৱাটো অতি কঠিন।

ইতিমধ্যে নিউজ ক্লিকৰ বিৰুদ্ধে অবৈধ ধন সৰবৰাহৰ অভিযোগৰ তদন্ত আৰম্ভ কৰিছিল ইডি আৰু দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই। নিউজ ক্লিকৰ মুখ্য সম্পাদক প্ৰবীৰ পুৰকায়স্থই এই গোচৰসমূহত ব্যৱস্থা গ্ৰহণৰ বিৰুদ্ধে আদালতৰ পৰা অন্তৱৰ্তীকালীন স্থগিতাদেশ লাভ কৰিছিল। এনে পৰিপ্ৰেক্ষিতত সংবাদ গোষ্ঠীটোৰ সৈতে জড়িত সাংবাদিকসকলে যাতে সহজতে মুকলি হৈ আহিব নোৱাৰে, তাৰ বাবেই ষড়যন্ত্ৰমূলকভাৱে ইউপিএৰ ধাৰা জাপি দিয়া হৈছে বুলি অভিযোগ তুলিছে বিৰোধী দলসমূহৰ লগতে আৰু আন বহুতে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0