63
newsnextone.com | নামতিঃ নিশা হলেই বাঘ ওলায়। বাঘৰ আতংকত এতিয়া নিদ্ৰাহৰণ হৈছে শিৱসাগৰ জিলাৰ নামতিৰ গণক আদৰ্শ গাঁৱৰ ৰাইজৰ ৷ ৰাইজে বাঘৰ ওলোৱাৰ খবৰ বন বিভাগক দিয়াত মানুহে খালেহে বাঘ ধৰিম বুলি কোৱাত হতভম্ব হৈ পৰিছে গাঁওবাসী ৷
শিৱসাগৰ জিলাৰ নামতিৰ আমগুৰি বন সংমণ্ডলৰ অন্তৰ্গত নামতি চাৰিআলিৰ গণক আদৰ্শ গাঁৱত যোৱা কেইবাটাও দিন ধৰি এটা বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে।