Home ৰাজ্যনগাঁৱত বন বিভাগৰ অভিযান, জালত নপৰিল অবৈধ কাঠ ব্যৱসায়ী

নগাঁৱত বন বিভাগৰ অভিযান, জালত নপৰিল অবৈধ কাঠ ব্যৱসায়ী

by News Desk
52 views
A+A-
Reset

নগাঁওঃ বন বিভাগে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিলেও আজিও নগাঁও জিলাত অবৈধ কাঠৰ ব্যৱসায় অব্যাহত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ তাৰ মাজতে নগাঁও সদৰ আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত বেবেজীয়াৰ জামুগুৰিৰ আৰু পানীখাইটিত বন বিভাগে অবৈধ কাঠমিল মিলৰ বিৰুদ্ধে অভিযান চলাই অবৈধ কাঠ মিল জব্দ কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে, নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বিষয়া প্ৰভাত বৰাৰ নেতৃত্বত নগাঁও বন কাৰ্যালয়ৰ বনকৰ্মী, বন সুৰক্ষা বাহিনী আৰু নগাঁও সদৰ আৰক্ষীৰ সহযোগত  ১২ জনীয়া দলে জামুগুৰিৰ কটকী মিল আৰু পানীখাইতিৰ সৰুধন আলিৰ মিলত অভিযান চলাই দুয়োটা অবৈধ কাঠ মিল জব্দ কৰিবলৈ সক্ষম হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0