37
ডিজিটেল ডেস্কঃ এসময়ত লালুপ্ৰসাদ যাদৱৰ দম্ভালি আছিল যে চামোচাত আলু থকালৈ বিহাৰত লালু থাকিব। পিছে কালক্ৰমত চামোচাত আলু থাকিল, বিহাৰত লালু নোহোৱা হৈ গ’ল।
অৱশ্যে সাম্প্ৰতিক খবৰ মৰ্মে বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা নীতিশ কুমাৰৰ আকস্মিক পদত্যাগত জনতা আচৰিত হ’লেও হতভম্ব হোৱা নাছিল লালু প্ৰসাদ যাদৱ।