Home ৰাজ্যবৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ PDCKৰ ৪ সদস্যক কৰায়ত্ত কাৰ্বি আংলং আৰক্ষীৰ

বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ PDCKৰ ৪ সদস্যক কৰায়ত্ত কাৰ্বি আংলং আৰক্ষীৰ

by News Desk
A+A-
Reset
boka santra

বোকাজানঃ এটা সপ্তাহৰ ভিতৰতে কাৰ্বি আংলং আৰক্ষীয়ে দুটাকৈ সফল অভিযান চলাবলৈ সক্ষম হৈছে৷ যোৱা ১ জুনত কাজিৰঙাত সংঘটিত গঁড় হত্যাৰ লগত জড়িত চোৰাং চিকাৰীৰ ঘাটি উৎখাত কৰাৰ পাছত আজি কাৰ্বি আংলং আৰক্ষীয়ে বিশেষ সূত্ৰৰ ভিত্তিত কাৰ্বি আংলঙৰ সক্ৰিয় বিদ্ৰোহী সংগঠন পিপলছ ডেমক্ৰেটিক কাউঞ্চিল অফ কাৰ্বি লংৰি চমুকৈ পিডিচিকেৰ এটা সশস্ত্ৰ দলে আশ্ৰয় লৈ থকা এটা ঘাটি উৎখাত কৰে। 

আৰক্ষীৰ সূত্ৰ অনুসৰি ডকমকা আৰক্ষী থানাত পঞ্জীয়ন হোৱা ১৯/২০, ইউ/এছ ৩৬৪ এ/৩৮৬ আইপিচি নম্বৰৰ গোচৰৰ ভিত্তিত আজি পুৱতি নিশা ১২-৩০ বজাৰ পৰা ৪ বজাৰ ভিতৰত তিনিঘণ্টাৰো অধিক সময় চলা কাৰ্বি আংলং আৰক্ষীৰ এই অভিযানত ডকমকা থানাৰ অন্তৰ্গত থেৰেবাচা গাঁৱৰ পৰা আৰক্ষীয়ে চাৰিজনকৈ বিদ্ৰোহী সদস্য আটক কৰিবলৈ সক্ষম হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0