93
newsnextoneপাটনা ৫ অক্টোবৰঃ চচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅৰ আঁত ধৰি আৰক্ষীয়ে আজি বিহাৰৰ পাটনাত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে৷ উক্ত ভিডিঅটোত গ্ৰেপ্তাৰ হোৱা পুৰুষ দুজনে এগৰাকী মহিলাক হিন্দুসকলৰ পৱিত্ৰ নদী গঙ্গাৰ পাৰত ধৰ্ষন কৰা দৃশ্য ভাইৰেল হৈছিল৷
আৰক্ষীৰ ভাষ্যমতে এই পাষণ্ড দুজনে সলনা সলনিকৈ পীড়িতা মহিলাগৰাকীক ধৰ্ষন আৰু ভিডিঅ ৰেকৰ্ডিং কৰিছিল৷