Home ৰাজ্যএয়াৰ মাৰ্চেলৰ ঘৰুৱা সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ পৰা উদ্ধাৰ ২৫৮ কেজি গাঞ্জা

এয়াৰ মাৰ্চেলৰ ঘৰুৱা সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ পৰা উদ্ধাৰ ২৫৮ কেজি গাঞ্জা

by News Desk
A+A-
Reset
air

কোকৰাঝাৰঃ ভাৰতীয় বায়ুসেনা বিভাগৰ উচ্চপদস্থ বিষয়া এয়াৰ মাৰ্চেল আৰ. নামবিয়াৰ ঘৰুৱা সামগ্ৰী কঢ়িয়াই নিয়া এন.এল০১, এল ১৯৭০ নম্বৰৰ অটোমোবাইল কেৰিয়াৰ ট্ৰাকৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে ২৫৮ কেজি গাঞ্জা জব্দ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভাৰতীয় বায়ুসেনাৰ এয়াৰ মাৰ্চেল আৰ.নামবিয়াৰ প্ৰকৃততে গাঞ্জা সৰবৰাহ ঘটনাৰ সৈতে জড়িত হয় নে নহয় সেয়া অদ্যপি স্পষ্ট হোৱা নাই যদিও বায়ুসেনাৰ এগৰাকী উচ্চপদস্থ বিষয়াৰ ঘৰুৱা সামগ্ৰী কঢ়িওৱা ভাৰাতীয়া ট্ৰাকৰ পৰা ১৯ টাকৈ গাঞ্জাৰ বৃহৎ বৃহৎ পেকেট তথা ২৫৮ কেজি গাঞ্জা উদ্ধাৰ হোৱা ঘটনাই বায়ুসেনা বিভাগতো চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

আনকি পশ্চিমবংগৰ হাঁচিমাৰা বায়ুসেনা শিবিৰৰ পৰা দুগৰাকী বায়ুসেনাৰ কৰ্মচাৰীও ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকৰ পৰা স্বচক্ষে গাঞ্জা উদ্ধাৰ কৰা ঘটনাৰ নীৰৱ সাক্ষী হৈ ৰয়। উদ্ধাৰকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ১৫ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0