65
গুৱাহাটীঃ কংগ্ৰেছ দলকে অনুসৰণ কৰিছে বিজেপিয়ে ৷ বাংলাদেশী ভোটৰ লালসাত খিলঞ্জীয়া লোকক গুৰুত্বহীন কৰিছে বিজেপিয়ে ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদে।
গুৱাহাটী প্ৰেছ ক্লাৱত আজি এক সংবাদমেল যোগে সংগঠনটোৰ বিষয়ববীয়াই আৰু কয় যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনৰ দৰেই বিজপি নেতৃত্বাধীন চৰকাৰখনেও বাংলাদেশী ভোটবেংকৰ স্বাৰ্থকহে অধিক গুৰুত্ব প্ৰদান কৰিছে।