63
হাতীগাঁওঃ আক্ষৰিক অৰ্থতে ঘোঁৰামাৰাৰ শিৱম উপ-পথত কেৱল ঘোঁৰাৰেহে যেন যাতায়ত কৰিবপৰা যায়। মানুহৰ যাতায়তৰ বাবে এতিয়াও উপযুক্ত হোৱা নাই এই শিৱম পথ।
শিৱম পথত যাবলৈ হ’লে ভোলানাথৰ কৈলাশধামত যোৱাৰ দৰেই দুৰ্গম অভিজ্ঞতাৰ সন্মুখীন হ’বলগা হয় প্ৰতিজন লোকে।