অম্বুবাচীৰ দিনকেইটাত উমানন্দলৈ যাত্ৰা কৰা ফেৰীৰ সেৱা মাত্ৰ ২০ টকাত

Home ৰাজ্যঅম্বুবাচীৰ দিনকেইটাত উমানন্দলৈ যাত্ৰা কৰা ফেৰীৰ সেৱা মাত্ৰ ২০ টকাত

অম্বুবাচীৰ দিনকেইটাত উমানন্দলৈ যাত্ৰা কৰা ফেৰীৰ সেৱা মাত্ৰ ২০ টকাত

by News Desk
87 views
A+A-
Reset

গুৱাহাটীঃ কামাখ্যা ধামৰ অম্বুবাচীলৈ অহা দেশী-বিদেশীৰ পৰ্যটক তথা ভক্ত সকলক উমানন্দলৈ আদৰিবলৈ অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ বিশেষ ফেৰী সেৱা। শনিবাৰৰপৰা আৰম্ভ হোৱা এই ফেৰী সেৱা অব্যাহত থাকিব অহা ২৬ জুনলৈকে। মহানগৰীৰ লাচিত ঘাটৰপৰা প্ৰতিদিনে পুৱা ৯ বজাৰপৰা আবেলি ৪ বজালৈকে জল পৰিবহন বিভাগৰ আৰটিএল বাঘবৰ আৰু নামবৰ নামৰ দুখন ফেৰী চলাচল কৰিব।

এই কথা জানিবলৈ দিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগে। তেওঁলোকে জানিবলৈ দিয়া অনুসৰি এখন ফেৰীত ২০০ জন যাত্ৰী একেলগে যাব পৰা সুবিধা আছে। ইয়াৰ উপৰিও যাত্ৰীৰ সুৰক্ষাৰ বাবে দুয়োখন ফেৰীত আছে লাইফ জেকেটকে ধৰি সকলো প্ৰয়োজনীয় সামগ্ৰী।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0