69
বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটিত কালি সংঘটিত হয় এক জঘন্য ঘটনা। দুই নৰপিশাচে নিজৰ দেহৰ কামনাৰ ভোক নিবাৰণ বাবে বাছি লয় এগৰাকী ১৫ বছৰীয়া কিশোৰীক।
প্ৰাপ্ত খবৰ অনুযায়ী কিশোৰীগৰাকীয়ে কালি বিয়লি এৰাল দিয়া গৰু আনিবলৈ ঘৰৰ পৰা কিছু নিলগত থকা পথাৰলৈ ওলাই গৈছিল ৷