newsnextone.com | গুৱাহাটীঃ ছাত্ৰীয়ে আকৌ এবাৰ আধিপত্য বিস্তাৰ কৰিলে৷ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত অসমৰ মেধা ছাত্ৰীয়ে ছাত্ৰক পিছ পেলাই৷
নাৰী নিৰ্যাতন, ধৰ্ষণৰ বাতৰিয়ে বিভিন্ন সময়ত ৰাজ্য তোলপাৰ লগালেও পুনৰ মহিমামণ্ডিত হৈ পৰিল নাৰী শক্তি। বৃহস্পতিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ ফলাফলত পিছ পৰি ৰ’ল ছাত্ৰ সমাজ। শীৰ্ষত্বৰ যুঁজত নাৰী শক্তিৰ সমুখত তেনেই নিষ্প্ৰভ হৈ পৰে পঢ়া-শুনাত মতি-গতি ভাল নহয় বুলি বদনাম থকা ছাত্ৰসকল।