56
গুৱাহাটীঃ আজি গুৱাহাটীৰ হেঙেৰাবাৰীৰ অটল বিহাৰী বাজপেয়ী ভৱনত ভাৰতীয় জাতীয় যুৱ মৰ্চাই এখন সংবাদমেল আয়োজন কৰে।
যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনে আত ধৰি কয় যে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যুৱ মৰ্চাই অহা ২ মাৰ্চত প্ৰতিতো বিধানসভা সমষ্টিতে মটৰ চাইকেল ৰেলী উলিয়াব।