Home গুৱাহাটীশান্তি সম্প্ৰীতি অটুট ৰখাৰ আহ্বান গৰিয়া-মৰিয়া দেশীৰ, প্ৰহসনত পৰিণত হৈছে আইন ব্যৱস্থা

শান্তি সম্প্ৰীতি অটুট ৰখাৰ আহ্বান গৰিয়া-মৰিয়া দেশীৰ, প্ৰহসনত পৰিণত হৈছে আইন ব্যৱস্থা

by News Desk
65 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ ছচিয়েল মিডিয়াত এটি বিশেষ জনগোষ্ঠীৰ বিৰুদ্ধে বিভিন্ন অপমানসূচক-আপত্তিজনক পোষ্ট দি পৰিবেশ বিনষ্ট কৰিব বিচৰাৰ অভিযোগ উত্থাপন গৈছে৷ কাৰ্বি আংলঙৰ ডকমকাত ছচিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ হোৱাৰ পিছত এচাম দুষ্কৃতিকাৰীয়ে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে একাংশ লোকে এটি জনগোষ্ঠীৰ বিৰুদ্ধে পোষ্ট দি অহাত পৰিবেশ অইন দিশে গতি কৰা পৰিলক্ষিত হৈছে৷ 

তাৰ মাজতে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষৰ গুৱাহাটী মহানগৰ সমিতিয়ে এক বিবৃতি যোগে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷
বিবৃতি যোগে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি নুৰুল হকে উৰাবাতৰিৰ ভিত্তিতে এনে ঘটনা সংঘটিত হোৱা বুলি দাবী কৰি একাংশ উন্মাদ লোকে মৰেল পুলিচ হৈ দেশৰ সাংবিধান-আইন-আদালতক উপেক্ষা কৰা বুলি মন্তব্য আগবঢ়ায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0