72
গোৱালপাৰাঃ গোৱালপাৰাত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলােৱাত ব্যাপক সমস্যাত পৰিছে ৰাইজ।
গোৱালপাৰা চহৰৰ সমীপৱৰ্তী নামাপৰা, নতুন বস্তি, বলদমাৰী চৰ আদিত বানপানীয়ে হাহাকাৰৰ সৃষ্টি কৰিছে। বানপীড়িত পৰিয়ালবোৰে ইতিমধ্যে ওখ ঠাইত আশ্ৰয় লৈ আছে।